সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
উদাহরণ : সৰস্বতীৰ বাহন হংস
সমার্থক : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, সৰস্বতী, হংসবাহিনী, হংসাৰূহা
অর্থ : কোৱা কথা
উদাহরণ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
সমার্থক : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাত, বুলি, বয়ান, মুখৰ কথা
অর্থ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
উদাহরণ : আনৰ ভাল লগা কথাহে কোৱা উচিত
সমার্থক : কথা, বচন
ইনস্টল