সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
উদাহরণ : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
সমার্থক : অৱশিষ্ট, অৱশেষ
অর্থ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
উদাহরণ : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
সমার্থক : দিবলগীয়া, দেয়
অর্থ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
উদাহরণ : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
সমার্থক : বকেয়া
ইনস্টল