সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
উদাহরণ : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
সমার্থক : আই, আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, শীতলা
অর্থ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
উদাহরণ : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
সমার্থক : আই, সৰুআই
ইনস্টল