সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ঋতুত বা মাহত বৰষুণ হয়
উদাহরণ : কেতিয়াবা কেতিয়াবা বর্ষাকালত ইমান বৰষুণ হয় যে কোনো কোনো ঠাইত বানপানী হৈ যায়
সমার্থক : প্রাবৃষ, বর্ষা ঋতু, বর্ষাকাল, বাৰিষা, বাৰিষা বতৰ, বাৰিষাকাল, বৰষুণৰ বতৰ, মেঘাগম
অর্থ : ডাৱৰৰ পৰা পৰা পানীৰ টোপাল
উদাহরণ : তেওঁ বৰষুণত তিতিলে
সমার্থক : বৃষ্টি, বৰষুণ
ইনস্টল