সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জংঘল সম্বন্ধীয় বা জংঘলৰ
উদাহরণ : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে
সমার্থক : জংগলী, জংঘলী, জঙ্ঘলী, বন্য
অর্থ : হাবি বা অৰণ্যত থকা
উদাহরণ : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়
সমার্থক : অৰণ্যচাৰী, অৰণ্যচৰ, জংঘলী, বনচাৰী, বনচৰ, বন্য
অর্থ : নিজে নিজে হোৱা বা গজা
উদাহরণ : মোৰ খেতিত বনৰীয়া বন গজি উঠিছে
সমার্থক : জংঘলী, জঙ্ঘলী
অর্থ : বনত হোৱা বা পোৱা
উদাহরণ : এইজোপা বনজ উদ্ভিদ
সমার্থক : আৰণ্যক, জংঘলী, বনজ, বনজাত, বন্য
ইনস্টল