সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
উদাহরণ : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
সমার্থক : গুণ্ডা, দাদা, বজ্জাত, বদমাছ
অর্থ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
উদাহরণ :
সমার্থক : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা
অর্থ : যিজনে বৰ উৎপাত কৰে
উদাহরণ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
সমার্থক : উৎপতীয়া, খটাসুৰ, দুষ্ট
অর্থ : যি উপদ্রৱ কৰে
উদাহরণ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
সমার্থক : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া
ইনস্টল