সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
উদাহরণ : লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
সমার্থক : হাট
অর্থ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
উদাহরণ : ইয়াত প্রতি শনিবাৰে বজাৰ বহে
অর্থ : যি ঠাইত হৰেক ৰকমৰ বস্তু বিক্রী হয়
উদাহরণ : তেওঁ কিছুমান বস্তু কিনিবলৈ বজাৰলৈ গৈছে
সমার্থক : মার্কেট, হাট, হাটখোলা
ইনস্টল