সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তিৰ বৰণ বগা
উদাহরণ : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
অর্থ : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
উদাহরণ : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
সমার্থক : শুকুলা, শুক্ল, শ্বেত
অর্থ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
উদাহরণ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
সমার্থক : চূণ, চূণ-শিল
অর্থ : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
উদাহরণ : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
সমার্থক : চাদা
অর্থ : চফা ৰঙৰ বা শ্বেত বর্ণৰ
উদাহরণ : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
সমার্থক : শ্বেত, শ্বেতাংগ
ইনস্টল