সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সমাপ্ত হোৱাৰ ভাব বা কার্য
উদাহরণ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
সমার্থক : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
অর্থ : কোনো কামৰ সমাপ্ত হোৱা কার্য ্বা ভাব
উদাহরণ : কাম সমাপন হʼলেই মই আপোনাক লগ কৰিম
সমার্থক : কাম সমাপন, কাম সম্পূর্ণ, ্কাম শেষ
অর্থ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
উদাহরণ : কলিযুগত অন্ত নিশ্চিত
সমার্থক : অন্ত, অৱসান, ইতি, ওৰ, যতি, শেষ, শেহ, সমাপ্তি, সাং
ইনস্টল