সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
উদাহরণ : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
সমার্থক : আবহাওৱা, প্রতিবেশ, পৰিস্থিতি, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ
অর্থ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
উদাহরণ : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
সমার্থক : পৰিধি, বৃত্ত পৰিধি, বৃত্ত সীমা
ইনস্টল