সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
উদাহরণ : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
সমার্থক : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, ভ্রমণ
অর্থ : মন ভাল লগোৱা বা অনয্ কোনো কাৰণে পর্যটক স্থলী আদিত ঘূৰা-ফুৰা কার্য
উদাহরণ : এই পর্যটক দলটোৱে সম্পূর্ণ ্ভাৰতবর্ষৰ পর্যটন কৰি ঘূৰি আহিছে
সমার্থক : পর্যটন
ইনস্টল