সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শিলৰ টুকুৰা
উদাহরণ : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
সমার্থক : অশ্ম, উপল, পাথৰ, পাষাণ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড
অর্থ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
উদাহরণ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
সমার্থক : পাথৰ, শিল, শিলাখণ্ড
অর্থ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
উদাহরণ :
সমার্থক : অশ্ম, উপল, পাথৰ, পাষাণ, শিল, শিলা, ষ্টোন
ইনস্টল