সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুত খাব পৰা ব্যক্তি
উদাহরণ : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
সমার্থক : খাইকহ, জীয়াভূত, ৰাক্ষহ
অর্থ : ডাঙৰ পেটযুক্ত
উদাহরণ : পেটুৱা সকলে নিয়মিত ব্যায়াম কৰিব লাগে
অর্থ : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
উদাহরণ : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
সমার্থক : অতিভোজী, ঔদৰিক, খকুৱা
ইনস্টল