সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুৰ মধ্য ভাগ
উদাহরণ : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা
অর্থ : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
উদাহরণ : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
সমার্থক : আমাশয়, উদৰ
অর্থ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
উদাহরণ : মই সাতটা পেটক ভৰাব লাগে
সমার্থক : মুখ
অর্থ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
উদাহরণ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
সমার্থক : চিত্ত, মগজু, মন, মানস
অর্থ : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
উদাহরণ :
সমার্থক : উদৰ, গর্ভ, জঠৰ
অর্থ : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
উদাহরণ : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
সমার্থক : উদৰ
ইনস্টল