সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
উদাহরণ : লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
সমার্থক : পাত
অর্থ : কিতাপৰ পাতৰ এটা ফাল বা ভাগ
উদাহরণ : এই কিতাপখনৰ প্রতিটো পৃষ্ঠাই মই পঢ়িছো
সমার্থক : পেজ
ইনস্টল