সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো দোষ নথকাকৈ যি নিজৰ ভিতৰতে পূর্ণ
উদাহরণ : এটা পৰিপূর্ণ ্কাহিনী শুনাৱক
সমার্থক : পৰিপূর্ণ
অর্থ : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
উদাহরণ : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
সমার্থক : খুন্দখাই থকা-, ঠাহখাই থকা-, পৰিপূর্ণ, ভর্তি, ভৰপূৰ, সম্পূর্ণ
অর্থ : কোনো অৱশিষ্ট নথকা
উদাহরণ : মই কৰা কামটো এতিয়া শেষ হʼল
সমার্থক : খতম, নিষ্পন্ন, নিষ্পাদিত, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, সম্পূর্ণ, ্পূৰ
ইনস্টল