সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
উদাহরণ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
সমার্থক : ইনাম, পাৰিতোষিক, বকচিচ
অর্থ : কোনো কামৰ স্বীকৃতি স্বৰূপে দিয়া সন্মান বা বস্তু আদি
উদাহরণ : স্বাধীনতা দিৱস উপলক্ষে সকলো বিদ্যালয়তে পুৰস্কাৰ দিয়া হয়
সমার্থক : ইনাম, বঁট্া
অর্থ : বঁ্টা-বাহন সম্বন্ধীয়
উদাহরণ : মই পুৰস্কাৰৰ ধনখিনি আজি ্পর্যন্ত নাপালোঁ
ইনস্টল