সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মৃত্যু ঘটাৰ পিছত পুনৰ আন শৰীৰৰ ৰূপত জন্ম গ্রহণ কৰা কার্য
উদাহরণ : ধর্মীয় মত অনুসৰি যিজন ব্যক্তিয়ে মোক্ষ লাভ কৰে তেওঁৰ পুনৰ-জনম নহয়
সমার্থক : পুনর্জীৱন, পুনৰ-জনম, পুনৰ-জীৱন, পুনৰজন্ম
অর্থ : আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত প্রৱেশ কৰা কার্য
উদাহরণ : হিন্দুৱে পুনর্জন্মত বিশ্বাস কৰে
সমার্থক : ্দেহান্তৰ
ইনস্টল