সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
উদাহরণ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
সমার্থক : ইনাম, পুৰস্কাৰ, বকচিচ
অর্থ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
উদাহরণ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
সমার্থক : উপঢৌকন, ভেটি
অর্থ : কর্ম্্চাৰীসকলক ্তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবদ দিয়া ভাট্টা বিশেষ
উদাহরণ : দেউতাই পাৰিতোষিকৰ ধনেৰে এটা নতুন ঘৰ কিনিলে
সমার্থক : গ্রেচুইটি, বকচিচ
ইনস্টল