সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পাতল হোৱা অৱস্থা বা ভাব
উদাহরণ : চিফনৰ কাপোৰ মিহি হয়
সমার্থক : মিহি
অর্থ : যʼত পানীৰ পৰিমাণ বেছি আছে
উদাহরণ : মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
সমার্থক : পাতলা
অর্থ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
উদাহরণ : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
সমার্থক : সহজ
অর্থ : যিটো কম ওজনৰ বা বেছি গধুৰ নহয়
উদাহরণ : তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল
সমার্থক : অগধুৰ, ফিৰফিৰীয়া, ভাৰহীন, লঘু, হাল্কা
অর্থ : যাৰ স্থূলতা বা ব্যাস কম
উদাহরণ : এই কাপোৰখন বৰ পাতল
ইনস্টল