সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
উদাহরণ : সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
সমার্থক : পদাতিক
অর্থ : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
উদাহরণ : প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
সমার্থক : পদাতি, পদাতিক
ইনস্টল