সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
উদাহরণ : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
সমার্থক : স্থান
অর্থ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
উদাহরণ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
সমার্থক : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি
অর্থ : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা
উদাহরণ : কবিতা ৰচনা কৰা লোকক কবি বোলে
সমার্থক : কবিতা, কাব্য, পদ্য
অর্থ : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ
উদাহরণ : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়
অর্থ : গোৱা কার্য ্বা ভাব
উদাহরণ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
সমার্থক : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত
অর্থ : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
উদাহরণ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
সমার্থক : চৰণ, পাদ, পাৱ, ভৰি
ইনস্টল