সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বোকাৰে ভৰি থকা
উদাহরণ : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
সমার্থক : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, বোকাময়
অর্থ : যʼত বোকা আছে
উদাহরণ : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
সমার্থক : পংকিল, বোকাময়
ইনস্টল