সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
উদাহরণ : পাচিটোৰ গোটেইবোৰ আম পকা
সমার্থক : পৰিপক্ক হোৱা
অর্থ : দিশ পৰিব্্র্তন ্ কৰা
উদাহরণ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল
সমার্থক : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা
অর্থ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
উদাহরণ :
সমার্থক : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা
অর্থ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
উদাহরণ : তেওঁ ্ পকা আম খাই আছে
সমার্থক : পৰিপক্ক
অর্থ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
উদাহরণ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
সমার্থক : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
অর্থ : পুঁজেৰে ভৰি থকা
উদাহরণ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
সমার্থক : গেলা
ইনস্টল