সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উৎসাহ নোহোৱা অৱস্থা বা ভাব
উদাহরণ : নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
সমার্থক : অনুৎসাহ, উদ্যমহীনতা, উৎসাহহীনতা
অর্থ : যি উদ্যমী নহয়
উদাহরণ : উদ্যমহীন লোকৰ জীৱন কষ্টেৰে ভৰা
সমার্থক : উদ্যমহীন, নিৰুদ্যমী, ভগ্নোদ্যম, হতোদ্যম
ইনস্টল