সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
উদাহরণ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
সমার্থক : অচ্ছুৎ, অস্পৃশ্য, পতিত
অর্থ : যি প্রবল নহয়
উদাহরণ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
সমার্থক : অধম, অপ্রবল, কম, প্রবলতাহীন, বেয়া, মন্দ
অর্থ : ভালৰ ওলোটা বা বিপৰীত
উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
সমার্থক : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নীচ, বদ, বেয়া, মন্দ
ইনস্টল