সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তলমুৱা হৈ থকা অৱস্থা বা ভাব
উদাহরণ : গছজোপা নদীৰফালে নামি আছে
অর্থ : নামি যোৱা বা কমি যোৱা
উদাহরণ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
সমার্থক : কমা
অর্থ : ওখ ঠাইৰ পৰা তললৈ অহা কার্য
উদাহরণ : আইতাই লাহে লাহে খটখটিৰে নামিছে
সমার্থক : অৱৰোহণ কৰা, নামি অহা
অর্থ : মূল্য অৱনমিত হোৱা বা কমি অহা
উদাহরণ : আজিকালি সোণৰ দাম নামিছে
সমার্থক : কমা, পৰা
ইনস্টল