সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি প্রবীণ নহয়
উদাহরণ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
সমার্থক : তৰুণ, নতুন, নবাগত
অর্থ : যাৰ আগতে অস্তিত্ব নাই
উদাহরণ : আমি কোনো নতুন কাম কৰিব লাগে
সমার্থক : অভিনৱ, নতুন, নৱ
অর্থ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
উদাহরণ :
সমার্থক : অভিনৱ, ন, নতুন, নব্য, নৱ
অর্থ : বর্ত্্মান বা এই সময়ৰ বা এই সময়ৰ সৈতে সম্বন্ধিত
উদাহরণ : আধুনিক ভাৰতীয় সমাজ ভ্রষ্টাচাৰৰ দিশত গতি কৰিছে
সমার্থক : অপ্রাচীন, আধুনিক, ্অর্বাচীন
ইনস্টল