সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে ধাৰ ঋণ লৈছে
উদাহরণ : পুৰণি ঋণীসকলক বেংকে সোনকালে ঋণ জমা কৰিবলৈ কৈছে
সমার্থক : ঋণকর্তা, ঋণী
অর্থ : যিজনৰ কাৰোবাক কিবা দিবলৈ বাকী ৰৈ গৈছে
উদাহরণ : তেওঁ ্মোৰ ওচৰত ঋণী কিয়নো তেওঁৰ ্পৰা এতিয়াও এশ টকা পাবলৈ বাকী আছে
সমার্থক : ঋণী
অর্থ : যিজনে ঋণ লৈছে
উদাহরণ : বেংকে ঋণী সদস্যসকলক অনতিপলমে ঋণ জমা দিয়াৰ বাবে জাননী প্রেৰণ কৰিছে
সমার্থক : ঋণগ্রস্ত, ঋণী
ইনস্টল