সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উত্তৰ আকাশত সদায় একে ঠাইতে থকা তৰা, যি হিন্দু ধর্ম্্শাস্ত্র অনুসৰি উত্তানপাদৰ পুত্র
উদাহরণ : উত্তৰ আকাশত ধ্রুৱতৰা স্পষ্টকৈ দেখা পোৱা যায়
সমার্থক : ধ্রুৱতৰা
অর্থ : সদায় থাকোতা
উদাহরণ : ঈশ্বৰ শাশ্বত
সমার্থক : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, চিৰস্থায়ী, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
ইনস্টল