সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ ৰক্ষাৰ কাৰণে কাৰোবাক চিঞৰি মতা কার্য
উদাহরণ : মহিলাগৰাকীয়ে ন্যায় লাভ কৰিবৰ কাৰণে ৰজাক অনুনয়-বিনয় কৰিলে
সমার্থক : অনুনয়-বিনয়
অর্থ : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া
উদাহরণ : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়
সমার্থক : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, বাহনা, বিনাকাৰণ, লেচু
ইনস্টল