সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ
উদাহরণ : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে
সমার্থক : উদাহৰণ, উপমা
অর্থ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
উদাহরণ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
সমার্থক : আর্হি, উদাহৰণ, নজিৰ, নমুনা, নিদ্্র্শন
অর্থ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
উদাহরণ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
সমার্থক : উদাহৰণ, নমুনা
ইনস্টল