সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
উদাহরণ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
সমার্থক : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন
অর্থ : যিটো কৰিবলৈ কঠিন
উদাহরণ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
সমার্থক : দুঃসাধ্য, দুষ্কৰ
অর্থ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
উদাহরণ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
সমার্থক : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল
অর্থ : যিটো সোনকালে বুজি পোৱা নাযায়
উদাহরণ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
সমার্থক : অবোধগম্য, কঠিন, টান
অর্থ : যিটো গম্য নহয় বা যাব নোৱাৰা
উদাহরণ : আমি ্ দুর্গম পথৰ পথিক
সমার্থক : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য
ইনস্টল