সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দাঁত ওলোৱা কার্য
উদাহরণ : দঁতুৱা হোৱাৰ কাৰণে লʼৰাটো দুখী হৈ পৰিছে
অর্থ : যাৰ দাঁত সন্মুখৰ ফালে ওলাই থাকে
উদাহরণ : দঁতুৱা মহিলাগৰাকীয়ে বাৰে বাৰে বাহিৰলৈ ওলাই অহা দাঁত লুকুৱাবলৈ চেষ্টা কৰিছে
সমার্থক : উচলা, উচলা দঁত্া, উচলা-দঁতুৱা উজলা দঁত্া, উজলা, উজলা-দঁতুৱা
ইনস্টল