সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তৰল বা দ্রৱৰ এক অৱস্থা বা ভাব
উদাহরণ : তাপমান শূন্য ডিগ্রী ছেণ্টিগ্রেড বা তাতকৈ কম হোৱাৰ লগে লগে পানীৰ তৰলতা গুণ নোহোৱা হয়
সমার্থক : দ্রৱত্ব
অর্থ : টকা-পইচাৰ ৰূপত হোৱা এক অৱস্থা বা সহজে টকা-পইচালৈ পৰিৱৰ্তি কৰিব পৰা এক অৱস্থা
উদাহরণ : ভাৰতীয় টকাৰ তৰলতা আছে
ইনস্টল