সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
উদাহরণ :
সমার্থক : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
অর্থ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
উদাহরণ : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
সমার্থক : পাৰ
অর্থ : ধনুৰ দ্বাৰা নিক্ষেপ কৰা ধাতু আদিৰে তৈয়াৰী এক প্রকাৰ মিহি আৰু দীঘল অস্ত্র
উদাহরণ : কাঁড়ডাল লগাত চৰাইজনীয়ে ধৰ্ফৰাবলৈ ধৰিলে
সমার্থক : কাঁড়, কাঁৰ, বাণ, শৰ
ইনস্টল