সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
উদাহরণ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
সমার্থক : দিৱস, বার্ষিকী, ্পর্ব
অর্থ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
উদাহরণ : এদিনত আঠটা প্রহৰ থাকে
সমার্থক : দিন, দিৱস
অর্থ : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন
উদাহরণ : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো
সমার্থক : তাং, তাৰিখ, দিনাংক
ইনস্টল