সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এক অমূর্ত্ত ্মানসিক স্থান
উদাহরণ : মোৰ হৃদয়ত তেওঁৰ ্কাৰণে বিশেষ ঠাই আছে
সমার্থক : স্থান
অর্থ : নিশ্চিত বা নির্দিষ্ট স্থান
উদাহরণ : ঘৰত কোনো বস্তু নিজৰ ঠাইত নাথাকে
সমার্থক : ঠিকনা
অর্থ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
উদাহরণ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
সমার্থক : ক্ষেত্র, জেগা, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
অর্থ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
উদাহরণ : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
সমার্থক : অৱস্থান, জাগা, জেগা
অর্থ : এক বিশেষ স্থিতি
উদাহরণ : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
সমার্থক : জেগা
ইনস্টল