সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
উদাহরণ : তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
সমার্থক : জাবৰ
অর্থ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
উদাহরণ : জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
ইনস্টল