সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য
উদাহরণ : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে
সমার্থক : উৰি দিয়া, দিয়া
অর্থ : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা
উদাহরণ : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে
অর্থ : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা
উদাহরণ : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল
সমার্থক : থেলি থোৱা
ইনস্টল