সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
উদাহরণ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
সমার্থক : অধমাঙ্গ, চৰণ, ঠেং, পদ, ভৰি
অর্থ : ভৰি আৰু উৰুৰ মাজত থকা গাঁঠি অংশ
উদাহরণ : মই আঁঠুৰ বিষত ভুগিছো
সমার্থক : আঁঠু
ইনস্টল