সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
উদাহরণ : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
সমার্থক : নলা, লোৰ
অর্থ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
উদাহরণ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
সমার্থক : আত্মা, চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
অর্থ : জীয়াই থকা অৱস্থা
উদাহরণ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
সমার্থক : চেতনা, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
ইনস্টল