সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
উদাহরণ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
সমার্থক : ঘূৰোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা
অর্থ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
উদাহরণ : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
সমার্থক : বন্ধ কৰা
ইনস্টল