সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানুহৰ সমষ্টি বা সমূহ
উদাহরণ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
সমার্থক : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ
অর্থ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
উদাহরণ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
সমার্থক : জনমানস, ৰাইজ
অর্থ : এজনতকৈ অধিক ব্যক্তি
উদাহরণ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
সমার্থক : জনগণ, জনমানস, লোক
অর্থ : পৃথিৱীত থকা লোক
উদাহরণ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
সমার্থক : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
অর্থ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
উদাহরণ :
সমার্থক : জনগন, জনসাধাৰণ, প্রজা
ইনস্টল