সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰেহাই লৈ যোৱা বা এৰি যোৱা কার্য
উদাহরণ : ৰেহাই লৈ যোৱা বা এৰি যোৱা কার্য
সমার্থক : লিভ
অর্থ : কাম কৰা সময়ত হোৱা সমাপ্তি
উদাহরণ : আজি সন্ধিয়া ছুটীৰ পিছত মই আপোনাক লগ কৰিম
অর্থ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
উদাহরণ : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
সমার্থক : অৱকাশ, অৱসৰ, বিৰতি, বিৰাম
অর্থ : কামত উপস্থিত নথকা কার্য
উদাহরণ : সোমবাৰে মই ছুটীলৈ ফুৰিবলৈ যাম
ইনস্টল