সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চীন দেশৰ নিবাসী
উদাহরণ : ভালেকেইজন চীনা মোৰ ভাল বন্ধু
সমার্থক : চীন নিবাসী, চীনবাসী
অর্থ : চীন দেশৰ ভাষা
উদাহরণ : তেওঁ চীনা ভাষা কʼব পাৰে
সমার্থক : চীনা ভাষা
অর্থ : যি লিপিৰ দ্বাৰ চীনা ভাষা লিখা হয়
উদাহরণ : চীনা লিপি চিত্র্্ধর্মী
সমার্থক : চীনা লিপি
অর্থ : চীন দেশৰ বা চীন দেশ সম্বন্ধীয়
উদাহরণ : এইখন চীনা ৰেচমেৰে বনোৱা হৈছে
সমার্থক : চীনৰ
অর্থ : চীন দেশত থকা বা বসতি কৰা
উদাহরণ : চীনা বৈজ্ঞানিকসকলৰ এটা দল কাইলৈ ইয়ালৈ আহিব
অর্থ : চীনা ভাষাৰ সৈতে সম্বন্ধ থকা বা চীনা ভাষাৰ
উদাহরণ : সেই চীনা কিতাপখনৰ ওপৰত ড্রেগনৰ চিত্র আছে
ইনস্টল