সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধান খুন্দি আৰু মৰিয়াই প্রস্তুত কৰা চেপেটা দানা
উদাহরণ : পণ্ডিতজনে দৈ আৰু চিৰা খাই আছে
অর্থ : ফালি লৈ একতকৈ বেছি ভাগ কৰা
উদাহরণ : তেওঁ খঙতে আহি নিজৰ নতুন কাপোৰযোৰ ফালি পেলালে
সমার্থক : চিৰি পেলা, ছিন্ন কৰা, ফটা-চিৰা, ফলা, ফলা-চিৰা, ফালি পেলা, বিদাৰ, বিদী্র্ণ ্ কৰা
ইনস্টল