সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ
উদাহরণ :
সমার্থক : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৃপণ, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা
ইনস্টল