সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম চলিত অৱস্থাত ৰখা
উদাহরণ : তেওঁ মুম্বাইত এখন দোকান চলায়
অর্থ : গতিত অনা বা গতিশীল কৰা
উদাহরণ : তেওঁ বন্ধ হৈ ্থকা যন্ত্রটো চলালে
সমার্থক : চালিত কৰা, চালু কৰা
অর্থ : ব্যৱহাৰ বা আচৰণত অনা
উদাহরণ : চৰকাৰে দেশৰ উন্নতিৰ প্রতি লক্ষ্য ৰাখি বিশখন বিশেষ আঁচনি চলাইছে
ইনস্টল