সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গায়, মʼহ আদিৰ মল বা বিষ্ঠা
উদাহরণ : তেওঁ ্গোবৰেৰে ভৰাঁল লিচি আছে
অর্থ : গৰুৰ মল বা বিষ্ঠা
উদাহরণ : হিন্দু ধার্মিক অনুষ্ঠানত গোবৰৰ আৱশ্যক হয়
সমার্থক : গো-পুৰীষ, গো-বিষ্ঠা, গোমল, গোময়, সাৰ
অর্থ : ঘোঁৰা, গাধ, উট, হাতী আদি পশুৰ মল
উদাহরণ : গোবৰৰ পৰা জৈৱক সাৰ প্রস্তুত কৰিব পাৰি
ইনস্টল